Anyayug Contributor ৰূপাঞ্জলী নেওগ

এটি প্ৰতিশ্ৰুতি

ৰূপাঞ্জলী নেওগ   সৌ দূৰণিৰ পৰা ভাহি আহিছে এটি সুৰ, বিনিদ্ৰ ৰজনীৰ মায়াজাল ফালি যেন কুহেলিকাক স্পৰ্শৰ প্ৰয়াস এই আৰ্তনাদৰ, কেনে আস্ফালন এয়া? নৈঋতত হৃদয়ৰ ঝংকাৰ; আস্!   ঈশান কোণত উটি-ভাহি যাব খুজিছে এখনি ছবি কম্পিত সুৰত মায়াসনা চাৱনি বিদীৰ্ণ…

হুমুনিয়াহ

 ৰূপাঞ্জলী নেওগ   এটি বিমূৰ্ত চাৱনি, বাৰে বাৰে জুমি চাইছে পদূলিমুখলৈ বুলি নৈৰাশ্যৰ চাদৰখনিয়ে বেঢ়ি ধৰিছে তাক কেউফালৰ পৰা থৰকবৰক যে তাৰ খোজ৷   সৌ দূৰণিৰ পৰা ভাহি আহিছে এজাক চৰাইৰ কাকলি মিঠা, ভাটিয়ালিৰ মৃদু আৱাহন, কিঙ্কিণীৰ ঝংকাৰত সাৰ পাই…