কিতাপ
ৰুদ্ৰসিংহ মটক [উৎসৰ্গ : কথাশিল্পী হোমেন বৰগোহাঞি] কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি কিতাপ…
ৰুদ্ৰসিংহ মটক [উৎসৰ্গ : কথাশিল্পী হোমেন বৰগোহাঞি] কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি কিতাপ…
ৰুদ্ৰসিংহ মটক ছাত্রাৱস্থাতে জিম কৰবেটৰ Man-Eaters of Kumaon পঢ়িছিলোঁ। প্ৰাণ টানি ধৰা কি সজীৱ জীৱন্ত বৰ্ণনা! কাহিনীটো পঢ়ি বাৰে বাৰে শিহৰিত আৰু অভিভূত হৈছিলোঁ। শব্দৰ চিঁচা ভাঙি উঠি অহা সেই সহজ অথচ উচ্চল আবেগ–উৎকণ্ঠা, ভয়-স্মৃতিৰ প্ৰতিটো পুলক– শিহৰণ মোৰ ৰঙা…
ৰুদ্ৰসিংহ মটক “Genuine poetry can communicate before it is understood.” (টি. এছ. এলিয়ট)। কবিতাৰ সোণালী দাপোণতে প্ৰতিবিম্বিত হয় স্বদেশ-স্বকালৰ ছবি, পোহৰৰ পৃথিৱীৰ নন্দিত ৰূপ। ভাষাৰ জড়তা, সৌন্দর্যহীন কৃত্রিমতা-যান্ত্রিকতাই কবিতা-অনুৰাগীক সততে হতাশ কৰা এক প্রতিকূল পৰিস্থিতিতো কবিতা জীয়াই আছে দেশে দেশে,…
ৰুদ্ৰসিংহ মটক “Caught in that sensual music all neglect Monuments of unaeging intellect.” (উইলিয়াম বাটলাৰ য়েট্ছ) বিংশ শতাব্দীৰ এগৰাকী অন্যতম শ্রেষ্ঠ ইংৰাজ কবি উইলিয়াম বাটলাৰ য়েটছ্। ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মৰ চাৰিবছৰ এমাহ তিনিদিন পাছত (১৮৬৫) সুদূৰ আয়াৰলেণ্ডৰ ছেণ্ডি মাউণ্টত…
ৰুদ্ৰসিংহ মটক “Who will rescue the Quran?Who will save Christ?Who will save man?”(Jerusalem) উদ্ধৃত কবিতাফাঁকি মধ্যযুগীয় ধৰ্মান্ধতা, অন্ধবিশ্বাস, শোষণ, গোড়ামিৰ অন্ধকাৰ আৱৰ্তৰপৰা মানৱ মুক্তিৰ সপোন দেখা বৰেণ্য কবি নিঝাৰ কাবানি (Nizar Qabbani) ৰচিত “জেৰুজালেম” শীর্ষক কবিতাৰ। ১৯২৩ চনত…