Anyayug Contributor ৰিমলি বৰকটকী

বিফ’ৰ স্প্ৰীং : অথঃ পূৰ্ব বসন্ত-সংবাদ

ৰিমলি বৰকটকী     মনৰ সংবাদ বসন্তৰেই হওকেই বা শীতৰেই হওক, ইটো মনৰেই কথা। বিফ’ৰ স্প্ৰীং এনে এখন চলচ্চিত্ৰ-য’ত প্ৰাক্ বসন্তৰ সময়ছোৱাত কেইজনমান ব্যক্তি বা চৰিত্ৰৰ জীৱনৰ কিছু সময় আৰু ঘটনা প্ৰবাহক তুলি ধৰা হৈছে। আটাইকেইটা চৰিত্ৰই আন্তঃসংযুক্ত। গত ২০২৩…