Anyayug Contributor ৰিপুঞ্জয় বৰুৱা ঋমন

শৰীৰে যেতিয়া নিজৰ নাম পাহৰে

 ৰিপুঞ্জয় বৰুৱা ঋমন     বিশ্বজুৰি ওফন্দি উঠিছে গ্ল’ৱেল ৱাৰ্মিং ! শ্ৰীলংকাৰ গধূলিৰ পৰা  এণ্টাৰ্কটিকাৰ বৰফমালালৈকে, এটি নিশ্বাস নীৰৱে গলি যায় দেখা নাপায়,  শুনা নাপায়, শব্দহীন ধোঁৱাৰ দৰে হেৰায়৷   দিল্লীৰ গৰমত এজন বৃদ্ধই হাঁহে, পেৰিছৰ ৰাজপথত  শিশু এটাই নিস্তব্ধতাত…

তেওঁ তোমাৰ নিজৰ ভিতৰতে

ৰিপুঞ্জয় বৰুৱা ঋমন জনসমাগমত নিঃসঙ্গ অনুভৱ কৰি  বিষাদগ্ৰস্ততাত চকুলো টুকি  ফাগুনৰ ফেৰী ঘাটত  সৰাপাতকেই ফুল বুলি বুটলি  ভ্ৰমত ভ্ৰমি ফুৰাজনেই  তোমাৰ প্ৰিয়জন   তেওঁৰ চকুপানী মচি দিয়া ঁ তেওঁক অন্তৰেৰে স্পৰ্শ কৰাঁ  তেওঁক প্ৰেমেৰে অনুভৱ কৰাঁ  তেওঁ তোমাৰ ভালপোৱা হ’বলৈ এপাহ…

ৰাবাৰ ষ্টাম্প

ৰিপুঞ্জয় বৰুৱা ঋমন   বাঢ়ি অহা বেমাৰী পেট এটাক লৈ মানুহবোৰ দুখী আৰু আশাবাদী ! আশা পালি থাকোঁতেই হুজুৰে কৰিছে দেশৰ ঠিকাদাৰী   পাঁচোটা বছৰে গণতন্ত্ৰৰ ৰক্তপান কৰি বাঢ়ি অহা পেট এটাক মোহাৰি মোহাৰি ।   কালবেলা হুজুৰ আহে আমাক…

আৱেগিক মানুহবোৰ ফেৰীৱালা

ৰিপুঞ্জয় বৰুৱা ঋমন   যোৱাটো এপ্ৰিলৰ অপূৰ্ণ শব্দবোৰ উটুৱাই থৈ উভতি অহাৰ পৰত নখদীঘল নৈখনে কৈছিল   হাত সাৰিবলৈকে কিছুমান কথা নোকোৱাই ভাল হাত সাৰিবলৈকে কিছুমান স্মৃতি নোহোৱাই ভাল হাত সাৰিবলৈকে কিছুমান দুখ সাঁচি ৰখা ভাল হাত সাৰিবলৈকে কিছুমান পথ…

পাৰাস্তম্ভ ১০°

 ৰিপুঞ্জয় বৰুৱা ঋমন   পাৰাস্তম্ভ ১০০ বিষে কোঙা বাওঁ খোপনি কুট্কুটনি কামোৰণি ঠাণ্ডাত বেছি আমনি ।   জীৱ যাবলৈ ধৰা বেচেৰা কোষবোৰে ছটফটাইছে ।   যিদৰে ছটফটাই চকাই চেপি মৰা কুকুৰ !   সিহঁতৰ দুখ নিজ চকুৰে দেখিছোঁ মৃত্যুৰ ঠেঙুলিত…

তাত কি হৈ আছে

 ৰিপুঞ্জয় বৰুৱা ঋমন    তোমালোকে সপোন দেখিব নোৱাৰাঁ  দুখ বাঢ়িব  নিজৰ মতে সপোন নেদেখিবা  আমি দেখুৱালেহে দেখিবা    এতিয়াও বুজি উঠা নাই ?   তাত কি হৈ আছে কোনে জানিছে জানিবলৈ জানো দিছে কোনে ক’ত কি কৰি ফুৰিছে কোনে কি ভাবিছে…

কালি ৰাতি ১ বাজি ৩২ মিনিটত

ৰিপুঞ্জয় বৰুৱা ঋমন   এতিয়াই যদি মৰি থাকোঁ আধাবোৰ আধৰুৱা কৰি থৈ   নামৰ আগত লে’ট (লে’ট শব্দটো) বহাৰ বাহিৰে বৰ বিশেষ ফৰক নপৰিব যিহেতু মানুহ মৰিয়েই থাকে !   আঙুলিৰ মূৰত গণিব পৰাকৈ দুজনমানে কোৱাকুই কৰিব ঋমন ন’ ম’ৰ…

খবৰ

ৰিপুঞ্জয় বৰুৱা ঋমন       মানুহে কয়  ভগৱানৰ সৃষ্টিত ভুল হৈছে  মই হেনো পাগল ।   নিজক বিচাৰি নোপোৱা ছবি এখনত  বাৰে বাৰে নিজকেই বিচাৰি  এনেয়ে যিকোনো কথা পাতি থাকোঁ ।    জেণ্ডাৰ যিয়েই নহওক  কথা পাতিবলৈ লগ এটা…

ঘুণ

ৰিপুঞ্জয় বৰুৱা ঋমন তেওঁ কয় ‘আপুনি বহুত ভাল মানুহ’  মানে মই বহুত ভাল মানুহ,  এয়াই মোৰ বিষয়ে তেওঁৰ এটি সম্যক ধাৰণা। মনত গোপনে গঢ়ি উঠা। তেওঁ কোৱাৰ বহু আগতেও বহুজনে এই কথা কৈছে  ‘মই হেনো লাখৰ ভিতৰত এজন’ ভাল মানুহ…

মোৰ বুকুত বনফুল আৰু ৰজনীগন্ধা

ৰিপুঞ্জয় বৰুৱা ঋমন   কাৰণ এটা থাকে   কাৰণ নহ’লে নঘটে একোকে কাৰণৰো থাকে একো একোটা আকৃতি যেনে: তেল কয়লা মাটি জাতি-জনজাতি   কাৰণ যিয়েই নহওক যুদ্ধ এখন হৈ থাকে ভোকে গাখীৰ পগাই থকালৈকে। পগাই থাকোঁতে কিবা এটা পৰিল ধুপুচকৈ।…