Anyayug Contributor ৰাজীৱ কুমাৰ ফুকন

অনুভৱ তুলসীৰ কাব্য-চেতনা

 ৰাজীৱ কুমাৰ ফুকন        কবিতা কেৱল কবিৰ মানসিক শ্ৰমৰ ফচল নহয়। কবিতা জীৱনবোধৰো স্বাক্ষৰ। সমসাময়িক সমাজ, সমাজৰ ঘটনাৱলী বা পৰিবৰ্তিত সমাজৰ ওপৰত কবিৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া, বাস্তৱৰ অভিজ্ঞতা আদিয়ে কবিৰ জীৱনবোধত অৰিহনা যোগায়। পৰিবৰ্তিত মূল্যবোধৰ চেতনাই কবিক অধিক জীৱনমুখী কৰি তোলে।কবিতা যিহেতু…