চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম
ৰণজিত গগৈ কিবা থৈ যাব পাৰিম নে নোৱাৰিম একোতো নাজানো চিনাকি চহৰখনৰ মাজেদি এদিন গুচি যাম। যেনেকৈ উকি এটা এৰি থৈ গুচি যায় ৰেল গাড়ীখন নদীৰ ঘাট এৰি পকনীয়াত পাকঘূৰণি খাই খাই পানী এই চহৰে মোৰ কথা আৰু ক’ব…