Anyayug Contributor ৰঞ্জুমণি মহন্ত

শ্ৰদ্ধাৰ্ঘ্য : ড° অপৰ্ণা মহন্ত

 ৰঞ্জুমণি মহন্ত ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ অপৰ্ণা মহন্ত আছিল অসমৰ নাৰীবাদী চিন্তা–চেতনাৰ অন্যতম বাটকটীয়া৷ যোৱা শতিকাৰ নৱম দশকৰপৰাই অসমৰ নাৰীবাদী আন্দোলনৰ সৈতে কেৱল বিদ্যায়তনিকভাৱেই নহয় এগৰাকী তৃণমূল কৰ্মী হিচাপেও জড়িত হৈ অহা…

অৰ্থনৈতিক চৰ্চা আৰু অৰ্থসম্পদৰ গুৰুত্ব

 ৰঞ্জুমণি মহন্ত   এয়া অনস্বীকাৰ্য যে আধুনিক জীৱন যাত্ৰাত মূল্য আৰোপিত সম্পদ বা অৰ্থসম্পদে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ সম্পৰ মূল্যৰ এক প্ৰতীক হৈছে ধন বা টকা-পইচা। আদিম জীৱন যাত্ৰাত মানুহে ধন নোহোৱাকৈয়ে জীৱন ধাৰণ কৰিছিল যদিও এতিয়া টকা-পইছা নোহোৱাকৈ মানুহ…

ফৌজদাৰী আইন ব্যৱস্থা, আৰক্ষীৰ তদন্ত আৰু কিছু কথা

ৰঞ্জুমণি মহন্ত অপৰাধ কৰিও আইনৰ সুৰুঙাৰে সাৰি যোৱা বহু অপৰাধীৰ কথা আমি প্ৰায়েই শুনিবলৈ পাওঁ৷ আচলতে ফৌজদাৰী ন্যায় ব্যৱস্থাত সাধাৰণতে এটা নীতি মানি চলা হয়- “হেজাৰজন দোষী সাৰি যাওক, কিন্তু এজনো নিৰ্দোষীয়ে শাস্তি নাপাওক৷” ( Thousand culprits can escape, but…

গ্ৰন্থজগতৰ শেহতীয়া ৰেহ-ৰূপ

ৰঞ্জুমণি মহন্ত “পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা”— সত্যনাথ বৰাদেৱৰ ‘সাৰথি’ পুথিখনৰ ‘পুথি অধ্যয়ন’ শীৰ্ষক লেখাটোত উল্লেখ থকা এই বাক্যটোৱে মনৰ মাজত এনেভাৱে খাজ কাটি থৈছে যে যেতিয়াই আমি আমাৰ জীৱনত কিতাপৰ ভূমিকাৰ কথা ভাবোঁ, তেতিয়াই এই বাক্যটো মনলৈ আহে৷…

শিশু আৰু কিশোৰ শ্ৰম (প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন-১৯৮৬ আৰু আমাৰ কৰণীয়

 ৰঞ্জুমণি মহন্ত নেলচন মাণ্ডেলাই কৈছিল – “There can be no keener revelation of a society’s soul than the way in which it treats it’s children.” এখন সমাজে ইয়াৰ শিশুসকলক কৰা ব্যৱহাৰতেই সমাজখনৰ আত্মা প্ৰকাশ পায়৷ আজিৰ শিশু কাইলৈৰ দেশৰ নাগৰিক৷…

লেখকৰ মৃত্যু

  ৰঞ্জুমণি মহন্ত ইংৰাজীত এষাৰ কথা আছে— ‘‘A writer never dies. He lives in his words.’’ এজন লেখকৰ হেনো কেতিয়াও মৃত্যু নহয়৷ কায়িকভাৱে মৃত্যু হ’লেও তেওঁ কালাতীতভাৱে জীয়াই থাকে তেওঁৰ লেখাসমূহৰ মাজত৷ কিন্তু যদিহে লেখকজনৰ সৃষ্টিৰাজি সংৰক্ষিত হৈ নাথাকে, তেন্তে…