Anyayug Contributor ৰঞ্জিত পাটগিৰি

যাক এৰি‌ আহিলোঁ

 ৰঞ্জিত পাটগিৰি   ক’ত এৰি থৈ আহিলোঁ শৈশৱৰ পাগলাদিয়া, ক’ত হেৰাল কলেজীয়া দিনৰ দুটি চকু তাম বৰণীয়া!   দুখৰ বতাহে কাহানিও‌‌ শুকুৱাব নোৱাৰে চকুপানী৷   কোনোবাই মোক অলপ আন্ধাৰৰ আতৰ আনি দিয়া হ’লে গালে-মুখে সানি নিজৰ মাজতে হেৰাবলে’৷   পোহৰে…