Anyayug Contributor ৰঙা গোলাপ ক ’ লা গোলাপ

গোলাপৰ দিনৰ দুটা কবিতা

ৰঙা গোলাপ ক’লা গোলাপ হৰেকৃষ্ণ ডেকা ৰঙা গোলাপ “Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton. যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷কলোঁ, বৰষুণে লৈ আহক এই সাতো ৰং৷দেখাই নাছিলোঁ পাতৰ…