Anyayug Contributor ৩৬ কৃষ্ণ৷

মহাবৃত্ত

  ৩৬ কৃষ্ণ৷ … মথুৰাৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল৷ সেই পৰিৱৰ্তনৰ ফলত ব্ৰজবাসীৰো জীৱনলৈ নিশ্চয় পৰিৱৰ্তন আহিছিল৷ কিন্তু সেই বিষয়ে চিন্তা কৰিবলৈ মোৰ সুযোগ নাছিল৷ কাৰণ, প্ৰথম উদ্যমতে সফলতা অৰ্জন কৰি মোৰ ধাৰণা দৃঢ় হৈছিল যে মই আশৈশৱ যি পৰিকল্পনা…