Anyayug Contributor হুমায়ুন কবিৰ ঢালী

দেউতা

মূল গল্পকাৰ: হুমায়ুন কবিৰ ঢালী  অনুবাদ: মিণ্টুল হাজৰিকা  দুপৰ ৰাতি মাই মোক টোপনিৰ পৰা জগালে— “অপু উঠ, অ’ পুতাই সোনকালে উঠ৷ তোৰ দেউতাৰ আহিছে৷” দেউতাক বহু দিন দেখা নাছিলোঁ, সেয়ে দেউতাৰ কথা শুনাৰ লগে লগে একেজাঁপে বিছনাত উঠি বহিলোঁ৷ চকু…