উত্তৰ পাৰৰ পদ্য
হিৰণ্য তালুকদাৰ বৰ লুইতৰ বিশাল বুকু মাজত চৰা ঢৌ, দুয়োপাৰে আছে নৈ উপনৈ পানীত বৰালি, ৰৌ। উত্তৰে বয় সোৱণশিৰি বালিত কমায় সোণ, গাভৰু আৰু ৰঙানৈৰ পাৰত ৰাতি পূৰ্ণিমাৰ জোন। বৰনদীত উঠে বাৰিষাৰ ঢল…