Anyayug Contributor হিতেশ মেধি

বাঁহী নবজা ৰাতিবোৰ বৰ চেঁচা পৰা ৰাতি

হিতেশ মেধি       শিতান খেপিয়াই মৰিছো  ইলুটি সিলুটি কৰি   টোপনিবোৰ অঘৰী বাবেই চকুৰ পতাত বাহ নাবান্ধে   হাতখনলৈ চালোঁ  নিথৰ হৈ পৰি আছে মোৰ আই তুলি-তালি ডাঙৰ কৰা আঙুলি কেইটি   গহন ৰাতিৰ আন্ধাৰবোৰ বেৰৰ লেপখোৱা মাটি…

আত্মপাঠ

 হিতেশ মেধি ১) চকুহালে নেদেখাকৈ নিজকে লুকুৱাই ৰখাৰ কথা বৰকৈ ভাবোঁ সমস্ত দেখা-নেদেখা কাহিনীটোৰ পৰা হাতত সাৰে ভৰিত সাৰে ওলাব খোজোঁ   ওপজা দিনৰে পৰা চকুহালক এৰি ফুৰিব নোৱাৰিলোঁ আত্মপাঠ কৰিবলৈ চকুহালকে ললোঁ   বাঁহনিৰ ডাউকৰ ডাকত সন্ধ্যা নমাৰ উমান…