Anyayug Contributor হান কাং (দক্ষিণ কোৰিয়া, সাহিত্যৰ ন'বেল বটা ২০২৪ চন)

কিচকিচিয়া ক’লা পোহৰৰ ঘৰ

কবি  : হান কাং (দক্ষিণ কোৰিয়া, সাহিত্যৰ ন’বেল বটা ২০২৪ চন) অনুবাদ : ড° ৰঞ্জিত দত্ত  সিদিনা উই-ডঙত এজাক শিলাবৃষ্টি হৈছিল আৰু  মোৰ চকুৰ পৰা বাগৰি পৰা   প্ৰতিটোপাল চকুলোতে শিয়ৰি উঠিছিল  মোৰ আত্মাৰ লগৰীয়া মোৰ দেহটো। আগুৱাই যোৱাঁ তুমি তোমাৰ…