Anyayug Contributor হজৰত আলী

যুদ্ধ

হজৰত আলী দুয়োপাৰি দাঁতৰ যুঁজত তামোল হয় গুড়ি,  আইতাই তামোল চোবায় চপক্‌ চপক্‌ কৰি।  কঁকাল বেঁকা ককায়েকে মূঢ়া এটাত বহি, লাঠিৰ লগত যুদ্ধ কৰোঁতে কাপোৰ পৰিল খহি৷ নাতিয়ে কয়, আইতা সাধু এটা কোৱা, পাৰিলে এবাৰ মোক কোলাত তুলি লোৱা৷ আইতাই কয় নাতিপোনা…