Anyayug Contributor স্ৰোতস্বিনী তামূলী

ঔ-কুঁৱৰী

 স্ৰোতস্বিনী তামূলী   মানুহজনীয়ে ঔটেঙাটো ধুই-পখালি টুকুৰা-টুকুৰকৈ কাটি মাছৰ জোলখনত দিবলৈ বুলি সাজু কৰিলে। তাৰ পাছত মাছৰ টুকুৰাকেইটাত নিমখ-হালধি সানিলে, পিয়াজ, নহৰু আৰু আদা বটিলে। আজি ৰাতিপুৱাৰে পৰা কাৰেণ্ট নাই। কাৰেণ্ট অহাৰ আশাত ৰৈ থাকিলে নহ’ব। তেওঁ কামলৈ ভয় কৰাবিধৰ মানুহ…