Anyayug Contributor (স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষাৰত মমতালৈ বুলি একলম…)

মমতালৈ চিঠি

(স্বামীৰ প্ৰত্যাৱৰ্তনৰ বাবে অপেক্ষাৰত মমতালৈ বুলি একলম…)   কংকনা বৰুৱা মৰমৰ মমতা, মহাজগতৰ ইটো পাৰৰ পৰা তোমালৈ অশেষ মৰম ঢালি লিখিবলৈ লৈছোঁ কথাবোৰ হৃদয়ৰ পৰা হৃদয়লৈ…। তোমাৰ চিঠিখন পোৱা বহুদিনেই হ’ল, প্ৰতিটো পৃষ্ঠাৰ এটা এটা শব্দই মোক যেন নিঃসহায় কৰি…