Anyayug Contributor স্বপ্না ভট্টাচাৰ্য

ন’টবুক

মূল : স্বপ্না ভট্টাচাৰ্য    অনুবাদ : কুমুদ ঘোষ (স্বপ্না ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনত অসমৰ শিলচৰত। তেখেতৰ প্ৰথম গল্প ‘পয়োধীৰ’ প্ৰকাশিত হৈছিল অধুনালুপ্ত ‘দৈনিক প্ৰান্তজ্যোতি’ত ১৯৬৯ চনত। বেঙ্কৰ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰা স্বপ্না ভট্টাচাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বাংলা সাহিত্যৰ স্নাতকোত্তৰ।…