চাংমাইশাল
সুৰভি দত্ত কোমল চাউলৰ টাৰ্ট অসমীয়া সমাজৰ অতি জনপ্ৰিয় জলপান কোমল চাউল আৰু চিৰাৰে এটি সুস্বাদু মিঠা ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে। ইটালিৰ জনপ্ৰিয় মিঠা ব্যঞ্জন টাৰ্ট (tart)-ৰ ৰূপ দিয়া হৈছে। আমাৰ অসমীয়া থলুৱা খাদ্যকো সংমিশ্ৰণ দি অতি সুন্দৰকৈ পৰিৱেশন…