Anyayug Contributor সুবোধ সৰকাৰ (বাংলা)

চিজফায়াৰ

মূল : সুবোধ সৰকাৰ (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ   এটা চিজফায়াৰৰ পৰা আন এটা চিজফায়াৰৰ মাজৰ পুৱাৰ পোহৰত মই জন্মগ্ৰহণ কৰিছিলোঁ৷ কিন্তু পুৱাৰ পোহৰক মই পোহৰ বুলি নকওঁ মোৰ মা মোৰ প্ৰথম পোহৰ৷ মোক মৃত্যুৰ ভয় নেদেখুৱাব মই…