Anyayug Contributor সুকুমাৰ চেতিয়া

এই আছোঁ, এই নাই

সুকুমাৰ চেতিয়া এই আছোঁ এই নাই পৰুৱা, মাখি আৰু মহৰ দৰে জীৱন অনিশ্চয়তাৰ মাজে মাজে আছোঁ মানে এক সঞ্জীৱন নাই মানে নাই চাবলৈ গ’লে কথা সিমানেই তথাপি অনবৰতে ভয় থকা-নথকাৰ যুঁজখন  থৈয়া-নথৈয়াকৈ লাগি থাকে অগা-ডেৱা কৰি থাকে  অনিশ্চয়তাৰ পেণ্ডুলাম পুৱাই…