Anyayug Contributor সাহিত্যৰ ভিতৰত পৰে৷‍‍

উত্তৰা কাণ্ড ৰামায়ণ

শংকৰদেৱ বিৰচিত অসমীয়া গদ্য ভাঙনি‍: আৰাধনা পটংগীয়া গোস্বামী বনলতা: ৩০০ টকা, ডিচেম্বৰ ২০১৯ সঞ্জীৱ সভাপণ্ডিত ধৰ্মৰ কিতাপ সমালোচনাৰ বাহিৰৰ৷ ধৰ্ম বিশ্বাসৰ কথা৷ যুক্তি-তৰ্ক-বিশ্লেষণ আৰু বি‍জ্ঞান মনস্কতাই ধৰ্মৰ কথা খণ্ডাবও নোৱাৰে আৰু বাহালো ৰাখিব নোৱাৰে৷ কিন্তু চৈতন্যদেৱ বা গুৰু নানক বা শংকৰাচাৰ্যৰ…