সেই কথা ভাবি কি লাভ
সাগৰ সৌৰভ ইৰাণী কেফেখনত বহি আপোনাৰ সৈতে চাহ খাই আছিলোঁ৷ সেই ঠাইখিনিতে দুদিন আগতে উত্তেজিত জনতাই মানুহজনক কোবাই কোবাই মাৰি পেলালে৷ সেই কথা পাতি আৰু কি লাভ! আপোনাৰ চকুৰ গুৰি ক’লা পৰিছে৷ ৰাতি চাগৈ নোশোৱে৷ হয়তো বিচাৰি ফুৰে উত্তৰ৷…