Anyayug Contributor সত্যেন্দ্ৰ বৰদলৈ

পৰ্যটন উদ্যোগ আৰু নাহৰআটি থানৰ সম্ভাৱনীয়তা

 সত্যেন্দ্ৰ বৰদলৈ নাহৰআটি থান মানুহ ভ্ৰমণবিলাসী। সেয়ে সুন্দৰ ঠাই, প্ৰাকৃতিক দৃশ্য, ধৰ্মানুষ্ঠান আদি দৰ্শন কৰি বা তেনে ঠাইত ভ্ৰমণ কৰি মানুহে বিমল আনন্দ লাভ কৰে। মানুহৰ বাবে এইটো এটা আদিম আৰু সহজাত প্ৰবৃত্তি। এই সহজাত প্ৰৱণতাৰ বাবেই আদিম কালৰে পৰা…