Anyayug Contributor সঞ্জীত কুমাৰ বৰদলৈ

দেশৰ আৰ্থিক দুৰ্গতি

সঞ্জীত কুমাৰ বৰদলৈ আমাৰ দেশ তথা ৰাজ্যখনৰ আৰ্থিক অৱস্থাটোৰ উমান পাবলৈ অৰ্থনীতিৰ পৰিসংখ্যা চোৱাৰ প্ৰয়োজন নাই৷ চৌপাশৰ পৰিমণ্ডলটো চালেই সকলো স্পষ্ট হ’ব৷ মূল্যবৃদ্ধি অভাৱনীয় হাতৰ হৈছে, স্থবিৰ হৈ পৰিছে বজাৰ-ব্যৱসায় আৰু সংকুচিত হৈ আহিছে উপাৰ্জনৰ ক্ষেত্ৰসমূহ৷ উন্নয়নমূলক কাম-কাজ থমকি ৰৈছে৷…

নতুন চৰকাৰ, নতুন মুখ্যমন্ত্ৰী

 সঞ্জীত কুমাৰ বৰদলৈ অসমত নতুন চৰকাৰ গঠন হ’ল৷ দল একেই, কিন্তু মুখ্যমন্ত্ৰী নতুন হ’ল৷ ৩৩.২১% ভোট লাভ কৰি বিজেপিয়ে ৬০ খন আসন দখল কৰিবলৈ সক্ষম হ’ল৷ প্ৰধান বিৰোধী কংগ্ৰেছ দল ২৯ খন আসনতে সন্তুষ্ট থাকিবলগা হ’ল৷ বিজেপি দলে নিৰ্বাচনী সভাত বাৰে…

নিৰ্বাচনী বতৰা: ৱাশ্বিংটনৰ পৰা দিছপুৰলৈ

সঞ্জীত কুমাৰ বৰদলৈ জ্য’ বাইডেন আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল৷ এই জয়ে আমাৰ দৰে উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰ লোকসকলক সকাহ দিলে যদিও মনৰ মাজত থিতাপি লোৱা শংকা আৰু দ্বিধাবোধক একেবাৰে দূৰ কৰিব নোৱাৰিলে৷ ২৩২ টা ইলেক্ট’ৰেল কলেজত জয়ী হৈ থমকি…

দিশহাৰা বিশ্বনেতৃত্ব: আমেৰিকা-চীন সংঘাত

সঞ্জীত কুমাৰ বৰদলৈ আমি এখন মুক্ত পৃথিৱীৰ বাসিন্দা৷ ১৯৯২ চনত সেই সময়ৰ বিত্তমন্ত্ৰী ড° মনমোহন সিঙে আমাৰ দেশত মুক্ত অৰ্থনীতিৰ সূচনা কৰিলে৷ এতিয়া স্বাভাৱিকতে বিশ্বৰ আগশাৰীৰ দেশবোৰৰ গতিবিধিয়ে আমাৰ দেশকো প্ৰভাৱিত কৰে৷ বিশ্বৰ পৰিৱৰ্তিত গতিবিধিৰ পৰা আমি বিচ্ছিন্ন হ’ব নোৱাৰোঁ৷…