অমৃতাৰ সৈতে এটা সবাক সন্ধিয়া
শৰ্মিষ্ঠা প্ৰীতম নামিবলৈ ধৰা বেলিৰ ৰঙে কিয় দুখাকুল কৰে হৃদয় ক’ৰপৰা উঠি আহে উদভ্ৰান্ত আন্ধাৰৰ কঠিন হাত ধোঁৱাই ধোঁৱাই উৰি ফুৰা প্ৰচ্ছায়াত কিয় বাৰে বাৰে উঁৱলি যায় সুখৰ সমুজ্জ্বল পৰিচ্ছদ আকৌ সেই একেবোৰেই প্ৰশ্ন! তীক্ষ্ণধাৰ, অবিচ্ছিন্ন… … কোন…