Anyayug Contributor শ্ৰী সুশান্ত বড়া

বজাৰ

শ্ৰী সুশান্ত বড়া  *দোকানীক সুধিলোঁ, আপেল কেনে? বুকুৰ কাষলৈ নি ক’লে চাই লওক,  বয়স ত্ৰিছ হ’ব, অভিজ্ঞ…!ক’লোঁ এক কিল’, মই জানো ইয়াৰ অধিকাংশই গেলা৷ *পোহাৰীক সুধিলোঁ জীয়া মাছ নাইনে, ক’লে লৈ যাওক ছাৰ, হাত পাতি চকুযোৰ ল’লোঁ শুকান পুখুৰীত পালোঁ জী থকা মাছ৷* পাচলিৰ দোকানত চিনাকি মানুহটো চালোঁ বাচ্ছাক বিহ দি…