Anyayug Contributor লক্ষ্যজিৎ হাজৰিকা

হিন্দী গল্পত তৃতীয় লিংগৰ প্ৰসংগ

 লক্ষ্যজিৎ হাজৰিকা          বিভিন্ন সাহিত্যৰূপত তৃতীয় লিংগৰ প্ৰসংগই বিভিন্ন ধৰণেৰে স্থান লাভ কৰি আহিছে৷ আধুনিক সাহিত্যৰ এক বিশেষ ৰূপ চুটিগল্পও ইয়াৰ ব্যতিক্ৰম নহয়৷ তৃতীয় লিংগৰ লোকসকলৰ হাঁহি-কান্দোন, সুখ-দুখ, তেওঁলোকৰ সামাজিক স্থানৰ বিৱৰণ গল্পৰ মাজত দেখিবলৈ পোৱা যায়৷…