Anyayug Contributor লক্ষীপ্ৰসাদ ৰেগন

নদীৰ মোহত বন্দী গাভৰুজাক

লক্ষীপ্ৰসাদ ৰেগন   পাৰতে গাগৰি এৰি নামিছে গাভৰুজাক বোঁৱতী নদীত পানী কাউৰীৰ দৰে শুভ্ৰ বুকু তিয়াই আৰম্ভ হ’ল খিলখিল হাঁহি   তাৰে মাজৰ কোনোবাজনী যেন ৰাধাহে সকলোৱে বিভোৰ এতিয়া যমুনা তীৰত   পাৰৰ গাগৰি অতিষ্ঠ হৈ পাৰতে লুটি-বাগৰ মাৰিছে এতিয়া…