ফুলদানীৰ ফুল
যুগল লোচন দাস লহ্পহীয়াকৈ বাঢ়ি আহিছিল ফুলৰ পুলিটো। এটি–দুটিকৈ পাহ মেলি কলিকেইটায়ো হাঁহিব বিচাৰিছিল। কিন্তু ভাল আব্দাৰ নোপোৱাত নিশকতীয়া হৈ পৰিল পুলিটো। সেউজবুলীয়া কোমল পাতলৈ নামি আহিল অকাল বাৰ্ধক্য। প্ৰকট হৈ পৰিল শুকান সিৰাবোৰ। এজনী মৰমলগা ছোৱালীৰ প্ৰতি লৈ থকা…