Anyayug Contributor য়েহুদা আমিখাই

দুখ আৰু সুখ

মূল: য়েহুদা আমিখাই অনুবাদ: অনুভৱ তুলসী     দুখ আৰু সুখ যেন পানী গোটা আৰু গেছীয় দুখ আৰু সুখ একেটি পদাৰ্থৰ ইপিঠি আৰু সিপিঠি   প্ৰেম আৰু অপ্ৰেম এটি গোলাপ পাহিত যাৰ দুই বিস্ময় বৰণ মালীৰ মহীয়সী কীৰ্তি এয়া নাম…