Anyayug Contributor মোৰ ওপজা ঠাই: বাঁহগড়, বাৰেঘৰ ড° পোনা মহন্ত

পিছলৈ উভতি চাওঁ—৫

মোৰ ওপজা ঠাই: বাঁহগড়, বাৰেঘৰ ড° পোনা মহন্ত মই শ্বিলঙৰ ছেইণ্ট এড্‌মাণ্ড্‌জ (St. Edmunds) কলেজত পঢ়ি থাকোঁতে প্ৰথম অৱস্থাত হ’ষ্টেলৰ আৱাসী আৰু কোনো কোনো সহপাঠীয়ে মোৰ আৰু শৈশৱ-কৈশোৰৰ সৈতে জড়িত বাঁহগড়‍, বাৰেঘৰ, মেজেঙা আদি নামবোৰ লৈ মোক জোকোৱা বা ভেঙুচালি…