Anyayug Contributor মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱা ৰি, ২০১৯)

কবিয়ে পাহাৰৰ সপোন দেখে

  মূল : মেৰি অলিভাৰ (আমেৰিকা, ১০ ছেপ্টেম্বৰ, ১৯৩৯- ১৭ জানুৱাৰি, ২০১৯) অনুবাদ : অলকা মহন্ত      কেতিয়াবা মই সময়ৰ অনিয়মীয়া দুৰ্বাৰ গতিত ভাগৰি পৰোঁ। ধূসৰ স্মৃতিৰ পাহাৰ মই লাহে–ধীৰেহে বগাব বিচাৰোঁ বাকী থকা জীৱন মই কটাব বিচাৰোঁ- প্ৰায়…