Anyayug Contributor মেঘালী দত্ত ঠাকুৰীয়া

ভাইৰা

মেঘালী দত্ত ঠাকুৰীয়া                  “মোহন ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল  বেঞ্চত  বহি ঢোলৰ চাপাৰ মাৰি  থাকা!  তোক লৈ মই কি কৰিম হা…কো.. চুন৷ পিতেৰেৰ অসুখ! ইমান টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে নলে দেখুন…৷ বেমাৰেও…