নিচুকনি গীত
মূল : মেক্সিম গৰ্কি ভাবানুবাদ : যশোৱন্ত নিপুণ গ্ৰীষ্মৰ এনিশা নগৰৰ প্ৰান্তৰ এক জনশূন্য পথত মই এটা অদ্ভুত দৃশ্য দেখিছিলোঁ : এজনী তিৰোতাই ডাঙৰ দোঙ এটাৰ মাজত থিয় হৈ সৰু ল’ৰাৰে দৰে ভৰি মাৰি, খেদালি খেদালি বোকাপানীবোৰ ছিটিকাইছে- ভৰি মাৰিছে আৰু নাকী সুৰেৰে…