Anyayug Contributor মৃদুল মৰাণ

পাৰ্ৱতী তিৰ্কীৰ কবিতা

  অনুবাদ : মৃদুল মৰাণ   (কবি পৰিচয়ঃ ঝাৰখণ্ডৰ আদিবাসী কবি পাৰ্ৱতী তিৰ্কী (জন্মঃ ১৯৯৪)ৰ প্ৰথম কাব্য সংকলন ‘ফিৰ উগনা’ (২০২৩, হিন্দী)। ইয়াৰ বাবেই তেওঁ ২০২৫ চনত সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। এওঁৰ কবিতাই ছোট নাগপুৰ মালভূমি অঞ্চলৰ…