Anyayug Contributor মূলঃ সুবোধ সৰকাৰ

জুবিন

 মূলঃ সুবোধ সৰকাৰ অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷ ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷ জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷ তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা…