Anyayug Contributor মুহম্মদ জাফৰ ইকবাল (বাংলা)

অমৰা আৰু ক্ৰেব নেবুলা

 মূল : মুহম্মদ জাফৰ ইকবাল (বাংলা) অনুবাদ : ৰঞ্জনা দত্ত তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰুকালৰে পৰা৷ ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ৷ তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ৷ বায়েক শেৱালিৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা…