ৰাতি আৰু মই
মুনমুন সৰকাৰ শইকীয়া বোন্দাপৰ দিয়া ৰাতিটো হাঁহি-কান্দি কান্দি-হাঁহি সি কৈ আছে আৰু কৈ গৈছে তাৰ ক’লা বৰণৰ আঁৰৰ কাহিনী। তাৰ কাহিনীত বুৰ গৈময়ো ৰাতিৰ বৰণ লৈছোঁ;মোৰ দাঁত আৰু হাতৰভৰিৰনখকেইটাৰ বাহিৰেমোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰআধিপত্য। মোৰো ক’বলগীয়া আছিল—এন্ধাৰৰ আঁৰৰ কাহিনী।ক’ব নোৱাৰিলোঁ,মই…