গ্ল’বেল ৱাৰ্মিং
মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা) অসমীয়া অনুবাদ : ড০ কুমুদ ঘোষ (মিথিলেশ ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা গাঁৱত ১৯৪৬ চনৰ ২৩ ফেব্ৰুৱাৰিত৷ ষাঠিৰ দশকৰ শেষৰ ফালে শ্যামলেন্দু চক্ৰৱৰ্তী সম্পাদিত ‘অনীশ’ পত্ৰিকাত গল্প লেখক হিচাপে আত্মপ্ৰকাশ৷ শিলচৰৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘শতক্ৰতু’-ৰ অন্যতম সম্পাদক৷ …