Anyayug Contributor মিণ্টুল হাজৰিকা

ভাৰস্তকথা

মিণ্টুল হাজৰিকা কালঘুমটিৰ প্ৰসাধনখিনিৰে ছালৰ সৌন্দৰ্যক বিশ্ৰাম দি উশাহক ফুলদানী কৰি চ’ৰাঘৰ শুৱনি যি তপস্বিনী বিড়াল মোৰ ভাৰস্তৰ আলহী কৰি নমতা বাবেই কমণ্ডলুৰ পৰা সময় ছটিয়াই হাহাকাৰৰ হাটখনকে মোৰ ডিঙিৰ মাদলী কৰি দিলে দৰদামৰ দগা-পাল্লাত জোখে আৰু কান কাটে মোৰ…

মোক্ষপদ

মিণ্টুল হাজৰিকা   যি পৌৰাণিক ! বিশ্বাস আৰু আস্থাৰ মুখ বাগৰি উশাহে উশাহে লালিত সেই দিন আৰু ৰাতিৰ মহাসংগম য’ত অসুৰৰ ধনঞ্জয় বায়ুৰ ওৰ হৈছিল উৰি তেনে এক দোঘোৰাতে বধি থৈ আহিছোঁ পৰম্পৰাৰ নামত তেজ পি নোদোকা হোৱা জোক৷  …

চেঁচুকীয়া পৰা গৰু গাড়ী যন্ত্ৰণাপিষ্ট গৰাকী

মিণ্টুল হাজৰিকা   অগতিৰ গতি তুমি … খালী ঠাই পূৰ কৰক৷ মন কৰিবলগীয়া, পুষ্টিহীন আঙুলিকেইটাইহে খালী ঠাইৰ উপযুক্ত গৰাকীক বেছিকৈ মনত পেলায় অথচ, কাহানিও তেওঁৰ মুখত মাত ফুটা নাই ফুটিছে কেৱল সিহঁতৰ কপালহে !   কি দিন কি ৰাতি  বেলিৰ…

বেদুইন সখী

 মিণ্টুল হাজৰিকা   খেজুৰ এটাৰ পৰা ওপজি যি বাটেৰে বুলিছিল বাট বুকুত লৈ ফুৰা আতৰৰ কুঁৱাটোৰ পৰাই বিলাই দিছিল এচলুকৈ সুগন্ধি গোলাপ   তেওঁৰ আত্মাৰ গহনত গঢ়ি উঠা ৰংমহলৰ খিৰিকীয়েদি সোমাই অহা পোহৰে মেঘৰ চোকোৰা খুটিয়াই ওলাই অহা জোনক কাগজৰ…

অন্তেষপুৰৰ মানুহজন

মিণ্টুল হাজৰিকা ( LGBTQ-ৰ সমূহ প্ৰেমিক-প্ৰেমিকাৰ হাতত )  লগ নোপোৱালৈকে শিলৰ কুঁৱাটোতে ডুবি আছিলোঁ যাক  মগজুৱে সাজে ৷ তথাপি পিয়াহত মৰিছিল পানী ৷ খৰাঙে মাৰিছিল চম্পাফুলবোৰক  লগ পোৱাটো আছিল কাকতালীয় কাষেৰে দৌৰাদৌৰিকৈ পাৰ হৈ গৈছিল গাড়ী-মটৰ  যেন উৰুলিহে, ঈশ্বৰে আয়তী…

নজনাৰ ব্যাকৰণ

মিণ্টুল হাজৰিকা মই নজনাখিনিত সিহঁতে প্ৰায়ে নিমখ এচালি বাকে আৰু চাকে   সেইখিনিত সিঁহতে ৰুকি ৰুকি সোধে আৰু মই হাঁহি এটা মাৰি নজনাখিনিক মূৰ দোৱাই সামৰি-সুতৰি লওঁ মই সিহঁতক নেদেখুৱাও মোক দিয়া যন্ত্ৰণাক কেনেদৰে মলম সানি সানি নিজকে টোপনি নিয়াওঁ…

মাটিমুখ

মিণ্টুল হাজৰিকা     “ উৰি গ’ল ৰাজহংস পৰি গ’ল পাখি ৷ সিও দেহা পৰি ৰৈলা যমুনাৰ বালি ৷৷”   ১. চহা বুকুৰ মঙহ খুৱাই মাটিমুখে ধোঁৱাচাঙত সাঁচে ভাটিকাললৈ বুলি জোন তৰা বেলি…   ২. জোন ডাঙৰ হৈ  সপোনত লৈ…

লোককথা

মিণ্টুল হাজৰিকা আঁটি আঁটি বান্ধি শালিধানৰ টোম মেঘৰ বাটেৰে পোনালোঁ বাট নাকটোৰ দৰে পোন আইৰ আঙুলিকেইটাৰ দৰে পৱিত্ৰ তিনিআলি চ’কটোত লগ পোৱা কাউৰীজাকক টোমৰ পৰাই বিলাই দিলোঁ পেট ভৰক বুলি মুঠিয়ে মুঠিয়ে ধান কিয়নো, সিহঁতে মোক মৃত্যুৰ পৰা জীয়াই তোলে…

ছায়াখেল

মিণ্টুল হাজৰিকা স্বপ্নৰ সেওঁতা ফালি গৈ ওলালোঁ পাৰ চৰায়ে ৰুণ দিয়া পুৱা য’ত আয়ে লেপি-মচি থৈছিল পানীৰ পবিত্ৰতা এটা জেঠীয়ে পানীচোলা গাত লৈ বগাই বংশাৱলীৰ জখলা উৰুলি এটাই আকাশত চাপৰ দি ভাঙিব পৰা নাছিল বতৰীয়া উচাহৰ কঁকাল নোপোৱাৰ হেজাৰটা খতিয়ানে…

প্ৰসংগত ৰবিৰ নতুন বৌঠান

মিণ্টুল হাজৰিকা   শুকাই কাঠ হোৱা ডিঙি বনৰীয়া লতাৰ দৰে একোছা চুলি বুকুত সাবটি বুৰ মৰা বেলি   নতুন বৌঠান হালধীয়া কেন্‌ভাছ   ওলমি থাকে গজালৰ সাংসাৰিক ড্ৰয়িংৰুমত   শ্বেত মুখবলয়ত হৰিণনিশাৰ বিষাদ চকুজুৰিত বৰলীয়াই বান্ধ ছি‍ঙি বুৰাই মৰা বাৰিষাৰ…