Anyayug Contributor ( মানুহৰ পৃথিৱীত একেৰাহে চাৰিদিন- এক দীঘ-প্ৰস্থহীন প্ৰতিবেদন)

এটি উৰণীয়া ফুটি আৰু অচিন-চিনাকি‍ বাটৰ ছবি

(মানুহৰ পৃথিৱীত একেৰাহে চাৰিদিন- এক দীঘ-প্ৰস্থহীন প্ৰতিবেদন)   জীৱন কিশোৰ এখন চহৰৰ তিনিজন প্ৰতিৱেশী৷ দেখা-সাক্ষাৎ তেওঁলোকৰ মাজত একেবাৰে নহ’লেও এক বিশেষ যোগাযোগসূত্ৰে তেওঁলোকৰ মাজত মত বিনিময় আৰু বাৰ্তালাপ প্ৰথাৰ সূচনা হৈছিল৷ আধুনিক যুগৰ আধুনিক মানুহক নশলাগf এইবাবেই নোৱাৰি যে, নিজা…