মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া
(মাতৃভাষা দিৱস উপলক্ষে) পঙ্কজ প্ৰতিম বৰদলৈ ৱাগৰি, কোলহাটি, গোল্লা, গিছাৰি, বাৰকু, হল্ডি, মাৱচি, মৰাণ, টাংচা, আইটন৷ পাঠকে যদি চিন্তা কৰে হয়তো গম পাব যে উক্ত শব্দবোৰ কোনো বস্তু বা জনজাতিৰ নাম নহয়৷ এইবোৰ হৈছে যোৱা আধা শতিকা বা ততোধিক সময়ত…