ৰঘুবংশ
মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত || ঊনবিংশ অধায় || জীৱনৰ বেলি পশ্চিম পালেহি জিতেন্দ্ৰিয় ৰাঘৱ সুদৰ্শনৰ, অগ্নিৰ দৰে তেজস্বী পুত্ৰ অগ্নিবৰ্ণক দি ৰাজ্যভাৰ, পশ্চিমৰ নৈমিষাৰণ্যলৈ সন্ন্যাসৰ বাবে কৰিলে গমন । অগ্নিবর্ণমভিষিচ্য ৰাঘবঃ স্বে পদে তনয়মগ্নিতেজসম্ |…