Anyayug Contributor মনালিছা শৰ্মা

নাঃ বগা ৰং নালাগে

 মনালিছা শৰ্মা   ৰংহীনতাই বগা বগাত তুলি দিব পাৰি সমস্ত ৰং   এপাহ তেজৰ গোলাপ সূৰুযমুখী ফুলৰ নৃত্যৰতা পৃথিৱী অথবা পৰ্বতৰ ভংগীল সেউজীয়া সকলো ৰঙেই জীৱনৰ   ৰংবোৰে লগত লৈ ফুৰে গাঁৱৰ নিৰ্জনতা আৰু নগৰৰ কোলাহল ৰংবোৰ অৰণ্যৰ বসন্ত বাঁহনিৰ…