Anyayug Contributor মনমী ভট্টাচাৰ্য

সাহিত্য সমাজৰ দাপোণ

 মনমী ভট্টাচাৰ্য   আনুষ্ঠানিক শিক্ষাৰ মাধ্যমিক স্তৰত ভাৱ বহলাই লিখিবলগীয়া এটা শাৰী, “সাহিত্য সমাজৰ দাপোন।” সমাজৰ আবেগ অনুভূতি, আশা নিৰাশা, হা– হুতাশ হেনো প্ৰতিফলিত হয় সাহিত্যত। সেই বয়সত সমাজ মনত ৰাখিবলগীয়া সংজ্ঞা মাথোঁ,  তেনেস্থলত কথাষাৰৰ যথাৰ্থতা বুজাৰ সামৰ্থ্য ক’ত! লাহে…