Anyayug Contributor মদাৰজ্যোতি

মুখৰ কাহিনী

মদাৰজ্যোতি  মুখবোৰে ফুলবোৰলৈ চাই আছে  ফুলবোৰে পখিলালৈ  মুখবোৰে ফুলবোৰলৈ চাই আছে  ফুলবোৰে বেলিলৈ  এইমাত্ৰ কলহ এটাই বাকি দিছে নৱজাতকক মুখবোৰে চাই আছে তাৰ  তেজে ধaৱা গা  এখন চিত্ৰ প্ৰদৰ্শনীত ওলমি আছে  মুখৰ কলাজ  এখনত পিঠিৰ ফালে মুখ  মুখত ছাই  এখনত…

কথা-সমকাল

মদাৰজ্যোতি বতাহৰ পকনীয়াই কি কি উৰুৱাই নিলে তাকে চালোঁ চৌপাশে কোমল শয্যাৰ বাবে ধূনি থোৱা তুলাবোৰ পৰুৱাবোৰে কঢ়িয়াই নিয়া ঘৰচিৰিকাৰ পাখি ক’তো একো নাই মূষলধাৰ বৰষুণে তিয়ালে কি কি বৰকচুৰ পাত নিলগাই চালোঁ বেঙৰ মাতবোৰ সাবটি গাত হেৰুওৱা কেঁচু জিলিৰ…

ক’লা মাছ

মদাৰজ্যোতি   কোনোবাই শ’ল-শালৰ কথা ক’ব মোৰ পিছে প্ৰিয় শেলুৱৈ পানীৰ চেঙাহে   সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো এদিন শ’লৰ পোণাতকৈও বুজন হ’ল চেঙা   আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে জাল, পল, জাকৈৰ লগতে দৰিকণা ধৰা চালনী এখনৰে ময়ো…

বয়ন পৰ্ব

  মদাৰজ্যোতি নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয় যে দুৰ্যোধন যঁতৰৰ নিৰ্দেশনাত উঘা দুঃশাসনে টানিয়েই থাকিব   উঘায়ো সপোন দেখে বোৱনীৰ চানেকীৰ ফুলেৰে ৰঙা পোহৰ লেখে   নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয় যে দুৰ্যোধন যঁতৰৰ আদেশত মহুৰা কণিষ্ঠ-দুঃশাসনে টানিয়েই থাকিব…