Anyayug Contributor মদথ থেক্কেপাত্তু বাসুদেৱণ নায়াৰ

বাইদেউ

 মূল : মদথ থেক্কেপাত্তু বাসুদেৱণ নায়াৰ ভাবানুবাদ:  যশোৱন্ত নিপুণ  বাইদেৱেকে কান্দিছিল৷ আপ্পুৱে বাইদেৱেকে কন্দা দেখিবলৈ ভাল পোৱা নাছিল৷  তাই খিৰিকিত মূৰটো থৈ কান্দি আছিল, উত্তৰৰ ফালৰ কোঠাটোত৷ তাই কান্দিছিল আৰু কান্দিছিল সকলো সময়তে! বোধহয় জেঠায়েকে তাইক গালি পাৰিছিল৷ জেঠায়েকে আপ্পুকো গালি পাৰিছিল৷ কিন্তু…