নেহাঁহিবি মোক সোঁচৰিব তোক
মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাইপকা কঁঠাল খাই,গোটেই গাতে লাগিল এঠাএৰুৱাৰ উপায় নাই।। এৰুৱাব নোৱাৰি কঁঠাল এঠামলুৱা জXপিয়াই ফুৰে,তাকে দেখি কেৰ্কেটুৱাইধেক্ ধেকাই হাঁহে।। খঙত মলুৱাই কেৰ্কেটুৱাকখেদা মাৰি মাৰি যায়,বাঁহত উঠি কেৰ্কেটুৱাইনেগুৰ জোঁকাৰি চাই।। মলুৱাই বোলে নেৰিছোঁ তোকএসেকা নিদিয়াকৈ,এই বুলি বাঁহৰ…