মিনহঁতৰ দেশ ইন্দোচীনত- ৫
(ভ্ৰমণ কাহিনী) তপন কুমাৰ শৰ্মা “মই দুখীয়া।”- মিনে ইংৰাজীতে কৈছিল। “আই এম পুৱৰ।” মিনে কোৱা সেই বাক্যটো মোৰ কাণত আজিও বাজি আছে। দোষী দোষী ভাব এটাও মনলৈ আহি থাকে। ভাবি আছোঁ– ভিয়েটনামৰ অৰ্থনীতি কেনেকুৱা! কোৱা প্ৰয়োজন যে কালি পুৱা…